যদি আপুনি Bank Jobs, IBPS PO Recruitment 2026, Probationary Officer Vacancy, Online Apply, Graduate Jobs বিচাৰি আছে, তেন্তে আপোনাৰ বাবে এইটো এটা সুবৰ্ণ সুযোগ। Institute of Banking Personnel Selection (IBPS)-এ CRP PO/MT-XVIৰ অধীনত 6715টা Probationary Officer (PO)/Management Trainee (MT) পদৰ বাবে Official Notification প্ৰকাশ কৰিছে। Online Application ১ জুলাই ২০২৬ৰ পৰা আৰম্ভ হৈছে আৰু যোগ্য প্ৰাৰ্থীসকলে ২১ জুলাই ২০২৬লৈকে আবেদন কৰিব পাৰিব। এই Recruitment-ৰ জৰিয়তে ভাৰতৰ ১১টা Public Sector Bank-ত চাকৰি লাভ কৰাৰ সুযোগ পাব।
IBPS PO Recruitment 2026 Highlights
| Particulars | Details |
|---|---|
| Recruitment Board | Institute of Banking Personnel Selection (IBPS) |
| Post Name | Probationary Officer (PO) / Management Trainee (MT) |
| Advertisement | CRP PO/MT-XVI |
| Total Posts | 6715 |
| Application Mode | Online |
| Job Location | All India |
| Online Apply Start | 01 July 2026 |
| Last Date | 21 July 2026 |
| Preliminary Exam | 22 & 23 August 2026 |
| Main Exam | 04 October 2026 |
| Official Website | ibps.in |
IBPS PO Vacancy 2026
এইবাৰ IBPS-এ মুঠ 6715টা Vacancy ঘোষণা কৰিছে। বিভিন্ন Public Sector Bank-ত Probationary Officer/Management Trainee পদত নিয়োগ কৰা হ'ব। Bank-wise Vacancy Official Notification-ত উল্লেখ কৰা হৈছে।
Educational Qualification & Age Limit
প্ৰাৰ্থীয়ে যিকোনো স্বীকৃত বিশ্ববিদ্যালয়ৰ পৰা Bachelor's Degree (Graduate) উত্তীৰ্ণ হ'ব লাগিব। ইয়াৰ উপৰিও আবেদন কৰিবলৈ নূন্যতম বয়স ২০ বছৰ (Minimum Age: 20 Years) আৰু সৰ্বোচ্চ বয়স ৩০ বছৰ (Maximum Age: 30 Years) হ'ব লাগিব। সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীসকলৰ বাবে চৰকাৰী নিয়ম অনুসৰি Age Relaxation প্ৰযোজ্য হ'ব।
Application Fee
| Category | Fee |
|---|---|
| SC/ST/PwBD | ₹175/- |
| General/OBC/EWS | ₹850/- |
Selection Process
IBPS PO Recruitment 2026-ৰ Selection Process তলত দিয়া গুৰুত্বপূৰ্ণ ধাপসমূহেৰে সম্পন্ন হ'বঃ Preliminary Examination, Main Examination, Personality Test, Interview, Document Verification আৰু সৰ্বশেষত Final Merit List প্ৰকাশ কৰা হ'ব।
Salary & Allowances
IBPS PO পদত নিযুক্ত প্ৰাৰ্থীয়ে প্ৰাৰম্ভিকভাৱে প্ৰায় ₹74,000 – ₹76,000 (In-hand Approx.) মাহিলী বেতন লাভ কৰিব। ইয়াৰ লগতে DA, HRA, Special Allowance আৰু অন্যান্য চৰকাৰী সা-সুবিধাও নিয়মীয়াকৈ প্ৰদান কৰা হ'ব।
Important Dates
| Event | Date |
|---|---|
| Notification Released | 30 June 2026 |
| Online Apply Starts | 01 July 2026 |
| Last Date | 21 July 2026 |
| Prelims Exam | 22 & 23 August 2026 |
| Main Exam | 04 October 2026 |
How to Apply & Required Documents
আবেদন কৰিবলৈ সৰ্বপ্ৰথমে IBPSৰ Official Website-ত যাওক, তাৰ পিছত IBPS PO Recruitment 2026 Apply Online Link-ত Click কৰি Registration সম্পূৰ্ণ কৰক। Application Form সঠিকভাৱে পূৰণ কৰাৰ পিছত প্ৰয়োজনীয় Documents যেনে— Passport Size Photograph, Signature, Graduation Certificate, Valid Identification Card [Aadhaar/Govt ID Omitted], Category Certificate (যদি প্ৰযোজ্য) আৰু Valid Email ID তথা Mobile Number আপলোড কৰক। শেষত Application Fee Payment কৰি Form Submit কৰক আৰু Print Copy সংৰক্ষণ কৰক।
Why Apply for IBPS PO?
এইটো এটা সন্মানীয় Government Bank Job য'ত লাভ কৰিব পাৰি Excellent Salary Package, দ্ৰুত Promotion Opportunities, সম্পূৰ্ণ Job Security, আকৰ্ষণীয় Allowances আৰু All India Posting ৰ সুবিধা। গতিকে IBPS PO Apply LinkRecruitment 2026 হৈছে Banking Sector-ত Government Job বিচৰা Graduate প্ৰাৰ্থীসকলৰ বাবে এক ডাঙৰ সুযোগ। মুঠ 6715টা Vacancy ঘোষণা কৰা হৈছে আৰু Online Apply ইতিমধ্যে আৰম্ভ হৈছে। যদি আপুনি Eligibility Criteria পূৰণ কৰে, তেন্তে শেষ তাৰিখৰ আগতেই আবেদন সম্পূৰ্ণ কৰক। অধিক তথ্যৰ বাবে Official Notification ভালদৰে পঢ়ি আবেদন কৰক।
Important Links
| Important Links | Link Action |
|---|---|
| Online Application | Apply Link |
| Official Advertisement | Download Here |
| Join WhatsApp Channel | Click Here |
Frequently Asked Questions (FAQs)
Q1. IBPS PO Recruitment 2026 ৰ বাবে মুঠ পদৰ সংখ্যা কিমান?
Ans: এই নিযুক্তি প্ৰক্ৰিয়াৰ অধীনত মুঠ 6715 টা Probationary Officer (PO) আৰু Management Trainee (MT) পদত নিযুক্তি দিয়া হ'বা।
Q2. অনলাইন আবেদন কৰাৰ শেষ তাৰিখ কিমান?
Ans: যোগ্য প্ৰাৰ্থীসকলে ২১ জুলাই ২০২৬ তাৰিখলৈকে অনলাইন যোগে আবেদন সাবমিট কৰিব পাৰিব।
Q3. আবেদন কৰিবলৈ শিক্ষাগত অৰ্হতা কি লাগিব?
Ans: প্ৰাৰ্থী যিকোনো স্বীকৃত বিশ্ববিদ্যালয় বা প্ৰতিষ্ঠানৰ পৰা যিকোনো শাখাত স্নাতকোত্তৰ বা Bachelor's Degree (Graduate) উত্তীৰ্ণ হ'ব লাগিব।
Q4. নিযুক্তি পোৱাৰ পিছত প্ৰাৰম্ভিক দৰমহা কিমান হ'ব?
Ans: নিযুক্তি লাভ কৰা প্ৰাৰ্থীসকলে মাহিলী প্ৰায় ₹74,000 ৰ পৰা ₹76,000 লৈকে ইন-হেণ্ড (In-hand approx) দৰমহা লাভ কৰিব।

0 Comments